বুকতবুকবুকাই

বুকনি ভাত (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-27
1. (Common Noun-Neuter) cooked rice kept in water for a night(sometimes for long hours within the day). It is then taken out of water,mixed with salt, mustard oil, green chilly and sometimes with grilled/broiled small fish. এৰাতি বা দিনতে অলপ দীঘলীয়া সময়ৰ বাবে পানীত তিয়াই থৈ খোৱা ভাত৷ এনে ভাতত সাধাৰণতে নিমখ, মিঠাতেল সানি কেঁচা জলকীয়া, পোৰা আলু বা সৰু পোৰা মাছৰ লগত খোৱা হয়৷